Writing

জ্যোতিকণ্ঠৰ ‘জয়মতী’ : প্রথম ভাৰতীয় ডাব কথাছবি উদ্ধাৰৰ ব্যর্থ অভিযান ✍ড° অৰ্ণৱ জান ডেকা প্রান্তিক, ১৬ মার্চ ২০০৮ (ফটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ চিনেমা নিৰ্মাণৰ বিস্বস্ত সহযোগী তথা কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালা আৰু অন্য এগৰাকী বিশিষ্ট ভাতৃ কমলাপ্ৰসাদ আগৰৱালাৰ বিধবা পত্নী পদ্মা আগৰৱালাৰ সৈতে ৰূপকোঁৱৰ আৰু ‘জয়মতী’ চিনেমাৰ বিষয়ে আলোচনাৰত অৱস্থাত তেওঁলোকৰ তেজপুৰৰ বাসভৱনত ড° অৰ্ণৱ জান ডেকা) প্রতি বছৰে দহ মাৰ্চৰ দিনটো … Continue reading Writing