• জ্যোতিকণ্ঠৰ ‘জয়মতী’

    প্রথম ভাৰতীয় ডাব কথাছবি উদ্ধাৰৰ ব্যর্থ অভিযান ✍ড° অৰ্ণৱ জান ডেকা প্রান্তিক, ১৬ মার্চ ২০০৮ প্রতি বছৰে দহ মাৰ্চৰ দিনটো অহাৰ গে লগে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ প্রতি আনুগত্য থকা প্ৰতিগৰাকী অসমীয়াই ৰূপকোৱৰ জ্যোতিপ্ৰসাদৰ অনন্য সৃষ্টি ‘জয়মতী’ কথাছবিখন স্মৰণ কৰি পৰম গর্ব অনুভব কৰে। সম্প্রতি সৰবৰহী হােৱা শব্দ ‘চলচ্চিত্র’ৰ সলনি কথাছবি’ শব্দটো উদ্দেশ্যপূর্ণভাৱে ব্যৱহাৰ কৰিয়েই…